ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যি মনোবেগে বেলেগৰ দুখ দেখি তাক দূৰ কৰিবৰ কাৰণে প্রেৰণা দিয়ে
ଉଦାହରଣ : হে ভগৱান তুমি সকলো জীৱকে দয়া কৰা
ସମକକ୍ଷ : অনুগ্রহ, কৃপা, কৰুণা, দাক্ষিণ্য, দয়া, দৰদ, পুতৌ, প্রসাদ, বেথা, মমতা, মেহেৰবানি
ଅର୍ଥ : অনুকম্পা বা দয়া কৰা কার্য
ଉଦାହରଣ : সকলোৰে প্রতি সহানুভূতি ্প্রদর্শন ্কৰাই আমাৰ ধর্ম
ସମକକ୍ଷ : সহানুভূতি
ଅର୍ଥ : আপোন ব্যক্তি বা নিজতকৈ দুর্বল ব্যক্তিক দুখী বা পীড়িত দেখি ্তেওঁলোকৰ দুখ আদি দূৰ কৰা আচৰণ
ଉଦାହରଣ : ঈশ্বৰৰ দয়া আমাৰ সকলোৰে ওপৰত বর্তি আছে
ସମକକ୍ଷ : অনুগ্রহ, কৃপা, কৰুণা, দয়া, ৰহম
ସଂସ୍ଥାପନ କରନ୍ତୁ