ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কল্যাণ বা মংগল নথকা
ଉଦାହରଣ : তোমাৰ এই কামটোৰ দ্বাৰা সকলোৰে অমংগলহে হʼব
ସମକକ୍ଷ : অকল্যাণ, অপকাৰ, অপায়-অমংগল, অমংগল, অমঙ্গল, অশুভ, অহিত, বিপদ, বিমংগল, বিমঙ্গল
ଅର୍ଥ : কোনো কার্যৰ ্হানি বা অনিষ্ট
ଉଦାହରଣ : ডাঙৰ অনর্থ হʼল! শ্যামলীৰ দেউতাক এতিয়া আৰু নাই
ସମକକ୍ଷ : অনর্থ
ଅର୍ଥ : উপকাৰৰ বিপৰীত কাম বা অনুচিত বা বেয়া কাম
ଉଦାହରଣ : কাৰো অপকাৰ নকৰিবা
ସମକକ୍ଷ : অপকাৰ, ক্ষতি, ক্ষয়, বৰবাদ, হানি
ଅର୍ଥ : হিতৰ বিৰোধীভাব
ଉଦାହରଣ : কাৰো অহিত চিন্তা কৰা উচিত নহয়
ସମକକ୍ଷ : অকল্যাণ, অপকাৰ, অহিত
ଅର୍ଥ : যিটো শুভ নহয়
ଉଦାହରଣ : মেকুৰীয়ে ৰাস্তা কাটিলে অশুভ বুলি ধৰা হয়
ସମକକ୍ଷ : অপায়-অমংগল, অমঙ্গল, অমাংগলিক, অশুভ, অহিত, বিমংগল, বিমঙ্গল
ସଂସ୍ଥାପନ କରନ୍ତୁ