ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : পৰিপক্ক নোহোৱা অৱস্থা বা ভাব
ଉଦାହରଣ : অদক্ষতাৰ কাৰণে শ্যামে এই কামটো ভালদৰে কৰিব নোৱাৰিলে
ସମକକ୍ଷ : অকুশলতা, অদক্ষতা, অপটুতা, অপ্রবীণতা
ଅର୍ଥ : অযোগ্য হোৱা অৱস্থা বা ভাব
ଉଦାହରଣ : অযোগ্যতাৰ কাৰণে তেওঁ এই পদটো নাপালে
ସମକକ୍ଷ : অদক্ষতা, অনুপযুক্ততা, অনুপযোগিতা, অনৈপুণ্য, অপটুতা, অযোগ্যতা, অসামর্থ্য
ସଂସ୍ଥାପନ କରନ୍ତୁ