ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ অনিচ্ছা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

অনিচ্ছা   বিশেষ্য

ଅର୍ଥ : স্বীকাৰ নকৰাৰ ভাব বা কার্য

ଉଦାହରଣ : প্রধান শিক্ষকে মোৰ আবেদন পত্রত অসন্মতি প্রকাশ কৰিলে

ସମକକ୍ଷ : অগ্রাহ্য, অননুমোদন, অমত, অমান্তি, অসন্মতি, অসমর্থন, আপত্তি, দ্বিমত, নামঞ্জুৰ, প্রত্যাখান, মানা

ଅର୍ଥ : ইচ্ছাৰ অভাৱ বা ইচ্ছা নোহোৱাৰ ভাব

ଉଦାହରଣ : তেওঁ ্পঢ়াৰ প্রতি নিজৰ অনীহা প্রকাশ কৰিলে

ସମକକ୍ଷ : অনভিলাষ, অনীহা, অপ্রীতি, অৰুচি

ଅର୍ଥ : যি মনোবৃত্তিয়ে কোনো কথা বা বস্তু লাভৰ প্রতি মনোযোগ আকর্ষণ নকৰে

ଉଦାହରଣ : তেওঁ অনিচ্ছাৰ কাৰণে কোনো কামতে মন বহুৱাব পৰা নাই

ସମକକ୍ଷ : অনাকাংক্ষা, অনীহা, অস্পৃহা, ইচ্ছাহীনতা