ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ অনাস্থা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

অনাস্থা   বিশেষ্য

ଅର୍ଥ : আস্থা বা শ্রদ্ধাৰ অভাৱ

ଉଦାହରଣ : অনাস্থাৰে কৰা পূজা কেতিয়াও সফল নহয়

ସମକକ୍ଷ : অশ্রদ্ধা, আস্থাৰহিত, শ্রদ্ধাৰহিত

ଅର୍ଥ : কাৰোবাক বহুত বেয়া পাই ্ তেওঁৰ্ পৰা সদায় দূৰত থাকিব বিচৰা মনোবৃত্তি

ଉଦାହରଣ : কাকো ঘৃণা কৰিব নালাগে পাপক ঘিণ কৰিবা, পাপীক নহয়

ସମକକ୍ଷ : অনাসক্তি, ঘিণ, ঘৃণা, বিতুষ্ট, বিতৃষ্ণা, বিৰক্তি, বিৰাগ