ଅର୍ଥ : ঢাকি নৰখা বা আৱৰি নৰখা
ଉଦାହରଣ :
উদং হৈ থকা বস্তুবোৰ ঢাকি ৰাখা
ସମକକ୍ଷ : অনাচ্ছাদিত, অনাৱেষ্টিত, আৱৰণহীন, উদং, উন্মুক্ত, খোলা, ঢঢৈয়া, ঢাকনহীন, ধোবাং বাং, ফলং লং, ফলংলঙীয়া, ফলঙা, মুকলি, মুকলি-হাকলি
ଅର୍ଥ : যাৰ সন্মুখত কোনো পর্দা নাই
ଉଦାହରଣ :
পর্দাহীন দুৱাৰেদি ঘৰৰ সকলো বস্তুৱে ভুমুকি আছিল
ସମକକ୍ଷ : আৱৰণহীন, নিৰাৱৰণ, পর্দাহীন, ্পর্দা নাইকিয়া-, ্পর্দাবিহীন