ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যাৰ ওপৰত ধ্যান দিয়া হোৱা নাই
ଉଦାହରଣ : এই গাঁওখন আজিও চৰকাৰৰ দ্বাৰা উপেক্ষিত
ସମକକ୍ଷ : অৱহেলিত, উপেক্ষিত, হেয়
ଅର୍ଥ : যিটো উপেক্ষা কৰিবৰ যোগ্য
ଉଦାହରଣ : প্রভুৰ নির্মিত কোনো বস্তুৱেই উপেক্ষণীয় নহয়
ସମକକ୍ଷ : অনাদৰণীয়, অৱজ্ঞাত, অৱজ্ঞাপ্রসূত, অৱজ্ঞেয়, অৱহেলনীয়, উপেক্ষণীয়, উপেক্ষিত
ଅର୍ଥ : যাক অপমান কৰা হৈছে
ଉଦାହରଣ : অশোকে মদৰ নিচাত নিজৰ বাপেককে অপমানিত কৰিলে
ସମକକ୍ଷ : অপমানিত, অৱহেলিত, উপেক্ষিত, নাকাল, লাঞ্ছিত
ଅର୍ଥ : যাৰ আদৰ কৰা হোৱা নাই
ଉଦାହରଣ : অনাদৃত কবিজন মজলিচৰ পৰা উঠি গʼল
ସମକକ୍ଷ : অনাদৰিত
ଅର୍ଥ : যাক তিৰস্কাৰ কৰা হৈছে
ଉଦାହରଣ : তিৰস্কৃত লʼৰা-ছোৱালীয়ে হীনমন্যতাত ভোগে
ସମକକ୍ଷ : উপেক্ষিত, তিৰস্কৃত
ସଂସ୍ଥାପନ କରନ୍ତୁ