ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যিটো বান্ধি ৰখা হোৱা নাই:মুকলি হৈ থকা চৰাইবোৰে আকাশত আনন্দতে কিচিৰ-মিচিৰ কৰি আছে
ଉଦାହରଣ :
ସମକକ୍ଷ : অনাবৃত, উদং, উন্মুক্ত, খোলা, ঢঢৈয়া, ধোবাং বাং, ফলং, ফলং-লং, ফলংলঙীয়া, ফলঙা, মুকলি, মুকলি-হাকলি
ଅର୍ଥ : ঢাকি নৰখা বা আৱৰি নৰখা
ଉଦାହରଣ : উদং হৈ থকা বস্তুবোৰ ঢাকি ৰাখা
ସମକକ୍ଷ : অনাবৃত, অনাৱেষ্টিত, আৱৰণহীন, উদং, উন্মুক্ত, খোলা, ঢঢৈয়া, ঢাকনহীন, ধোবাং বাং, ফলং লং, ফলংলঙীয়া, ফলঙা, মুকলি, মুকলি-হাকলি
ସଂସ୍ଥାପନ କରନ୍ତୁ