ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কোনো কাৰণ নথকাকৈ
ଉଦାହରଣ : তেওঁ ্অবাবতে ইয়ালৈ আহিল
ସମକକ୍ଷ : অকাৰণত, অবাবতে, আনামতে, এনেয়ে, খামাখা, মিছাতে, মিছামিছিকৈ
ଅର୍ଥ : যাৰ কোনো অর্থ ্নাথাকে
ଉଦାହରଣ : তোমাৰ এই অর্থহীন প্রশ্নৰ মোৰ ওচৰত কোনো উত্তৰ নাই
ସମକକ୍ଷ : অর্থহীন, নি্ৰর্থক
ଅର୍ଥ : যিটো উপযোগী নহয় বা কোনো কামত নাহে
ଉଦାହରଣ : এইটো আপোনাৰ কাৰণে অনুপযোগী বস্তু অপ্রয়োজনীয় কথাত নিজৰ সময় নষ্ট নকৰিবা
ସମକକ୍ଷ : অনুপযোগী, অপ্রযোজ্য, অপ্রয়োজনীয়, অব্যৱহার্য, নি্ৰর্থক, ্অলাগতিয়াল, ্বেকাৰ
ସଂସ୍ଥାପନ କରନ୍ତୁ