ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যিজনে কোনো কাম এইমাত্রহে শিকিছে
ଉଦାହରଣ : এই কামটো নতুন মানুহেও কৰিব পাৰে
ସମକକ୍ଷ : অপৈণত, অপৰিপক্ক, অসিদ্ধ, নতুন, নতুন শিকাৰু, নতুনকৈ শিকা, নশিকাৰু, নৱ শিকাৰু
ଅର୍ଥ : যাৰ অভ্যাস নাই
ଉଦାହରଣ : সোহন ক্রিকেট খেলত অনভ্যস্ত
ସମକକ୍ଷ : অভ্যাসহীন, অভ্যাসৰহিত
ସଂସ୍ଥାପନ କରନ୍ତୁ