ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ অননুমোদিত ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

অননুমোদিত   বিশেষণ

ଅର୍ଥ : যিটো স্বীকৃত নহয় বা স্বীকাৰ কৰা হোৱা নাই

ଉଦାହରଣ : চৰকাৰে শ্রমিকসকলৰ দাবী খাৰিজ কৰিলে

ସମକକ୍ଷ : অস্বীকৃত, খাৰিজ, নামঞ্জুৰ, প্রত্যাখ্যাত

ଅର୍ଥ : যাৰ অনুমতি দিয়া হোৱা নাই

ଉଦାହରଣ : পাঠশালাৰ পৰা বনভোজলৈ যোৱাৰ অননুমোদিত ্আঁচনিখন সফল হʼল

ସମକକ୍ଷ : অসমর্থিত, অস্বীকৃত

ଅର୍ଥ : যিটো অনুমোদন কৰা হোৱা নাই

ଉଦାହରଣ : অগৃহীত বিধেয়কখনৰ পুনৰ পর্যালোচনা অহা বৈঠকত হʼব

ସମକକ୍ଷ : অগৃহীত, অস্বীকৃত