ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : উন্নত অৱস্থা, বৈভৱ, উচ্চ পদমর্যাদা আদিৰ পৰা বহু তলৰ স্তৰলৈ অহা কার্য
ଉଦାହରଣ : বেয়া গুণে মানুহৰ পতন ঘটায়
ସମକକ୍ଷ : অধঃপতন, অধঃপাত, অৱনতি, চ্যুতি, পতন
ଅର୍ଥ : ওপৰৰ পৰা তললৈ অহা কার্য
ଉଦାହରଣ : পাহাৰৰ পৰা অৱৰোহণ কৰাৰ সময়ত সাৱধান হোৱা উচিত
ସମକକ୍ଷ : অধোগতি, অৱতৰণ, অৱৰোহণ, নমা-, নমোৱা-
ସଂସ୍ଥାପନ କରନ୍ତୁ