ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যি বহুত উৎকণ্ঠিত
ଉଦାହରଣ : কোনো কথাতে ইমান সোনকালে অধীৰ হোৱা উচিত নহয়
ସମକକ୍ଷ : অধীৰ, অধৈর্য্য, আতুৰ, কাতৰ, ব্যাকুল
ଅର୍ଥ : যি স্থিৰ হৈ নাথাকি চঞ্চলতাৰে কাম কৰে বা চঞ্চল মনৰ
ଉଦାହରଣ : মোহন এটা চঞ্চল লʼৰা, সি শান্তিৰে একে ঠাইতে বহি থাকিবই নোৱাৰে
ସମକକ୍ଷ : অস্থিৰ, চঞ্চল
ଅର୍ଥ : কোনো কাম আদিত খৰধৰ লগোৱা
ଉଦାହରଣ : মনোহৰ এজন বেপৰোৱাহ আৰু অধীৰ ব্যক্তি
ସମକକ୍ଷ : অধীৰ, ব্যগ্র
ସଂସ୍ଥାପନ କରନ୍ତୁ