ଅର୍ଥ : * শক্তি বা বলৰ দ্বাৰা নিজৰ অধিকাৰলৈ অনা
ଉଦାହରଣ :
সেনাই দুর্গটোক অধীন কৰিলে
ସମକକ୍ଷ : অধিকাৰলৈ অনা, কাবু কৰা
ଅର୍ଥ : কাৰোবাক নিজৰ বশলৈ অনা
ଉଦାହରଣ :
ইংৰাজসকলে পোনপ্রথমে ভাৰতৰ সৰু সৰু ৰাজ্যবোৰক নিজৰ অধীন কৰিছিল
ସମକକ୍ଷ : আজ্ঞাবাহী কৰা, বশ কৰা, বশীভূত কৰা, বশৱর্তী কৰা
ଅର୍ଥ : দায়িত্ব দিয়া বা কাৰোবাৰ জিম্মাত ৰখা
ଉଦାହରଣ :
মই এই কামটো আপোনাক অর্পণ কৰিছোঁ
ସମକକ୍ଷ : অর্পণ ্কৰা