ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ অধীন ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

অধীন   ক্ৰিয়া বিশেষণ

ଅର୍ଥ : অধিকাৰ, প্রভাৱ আদিত

ଉଦାହରଣ : শ্যামে মোৰ অধীনত কাম কৰে

অধীন   বিশেষণ

ଅର୍ଥ : নিজৰ ইচ্ছাৰে একো কাম কৰিব নোৱাৰা অৱস্থাত পৰোঁতাজন

ଉଦାହରଣ : মই এই কামটো কৰিবৰ কাৰণে বাধ্য

ସମକକ୍ଷ : পৰবশ, বশীভূত, বাধ্য

ଅର୍ଥ : যি কাৰোবাৰ বশীভূত হৈ আছে

ଉଦାହରଣ : ভাৰতবর্ষ বহু বছৰ ধৰি ইংৰাজৰ অধীনত আছিল

ଅର୍ଥ : যি আনৰ অধীন

ଉଦାହରଣ : পৰাধীন লোক সজাত বন্দী ভাটৌৰ দৰে হয়

ସମକକ୍ଷ : গোলাম, পৰবশ, পৰাধীন

ଅର୍ଥ : আজ্ঞা, অধিকাৰ আদিত কাৰোবাৰ তলত থাকোঁতা

ଉଦାହରଣ : নিজৰ অধীনস্থ ্কর্ম্্চাৰীসকলৰ লগত মীৰাই ব্যৱহাৰ নকৰিছিল

ସମକକ୍ଷ : অধীনস্থ