ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : একেৰাহে কিছুদিন ধৰি হোৱা সংসদ আদিৰ এবাৰৰ বৈঠক
ଉଦାହରଣ : সংসদৰ শীতকালীন অধিৱেশন আৰম্ভ হʼল
ସମକକ୍ଷ : সত্র
ଅର୍ଥ : কোনো গুৰুত্বপূর্ণ বিষয়ৰ আলোচনা কৰিবলৈ আযোজন কৰা অনুষ্ঠান:কৃষকৰ ৰাষ্ট্রীয় সভাত কৃষকসকলৰ সমস্যা সম্পর্কে বিতং আলোচনা কৰা হʼল
ଉଦାହରଣ :
ସମକକ୍ଷ : কনফাৰেন্স, বৈঠক, মিটিং, মেল-মিটিং, সন্মিলন, সন্মিলনী, সভা
ସଂସ୍ଥାପନ କରନ୍ତୁ