ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ অধিকৃত ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

অধিকৃত   বিশেষণ

ଅର୍ଥ : যি কাৰোবাৰ অধিকাৰ বা ক্্ব্জাত আছে

ଉଦାହରଣ : তেখেতে নিজৰ অধিকৃত সম্পত্তিবোৰ দান কৰিব বিচাৰে

ଅର୍ଥ : যাৰ অধিগ্রহণ কৰা হৈছে

ଉଦାହରଣ : চৰকাৰে অধিগৃহীত মাটি পুনৰ ঘূৰাই দিবলৈ কʼলে

ସମକକ୍ଷ : অধিগৃহীত

ଅର୍ଥ : যʼত বাস কৰা হয় বা যʼত কোনো থাকে

ଉଦାହରଣ : ভূমিকম্পত কেইবাটাও অধ্যুষিত বস্তি উছন হʼল

ସମକକ୍ଷ : অধিবাসী, অধ্যুষিত, আবাসিক, আৱাসিক, বসতিপূর্ণ