ଅର୍ଥ : যাৰ হাতত অধিকাৰ বা ক্ষমতা আছে
ଉଦାହରଣ :
ইংৰাজ অধিকাৰী সকলে গোলাম ভাৰতীয় সকলৰ ওপৰত বহুত অত্যাচাৰ কৰিছিল
ଅର୍ଥ : হক বা অধিকাৰ সাব্যস্ত কৰা ব্যক্তি
ଉଦାହରଣ :
এই সম্পত্তিখিনিৰ চাৰিজন দাবীদাৰে নিজৰ মাজতে কাজিয়া কৰিলে
ସମକକ୍ଷ : দাবীদাৰ
ଅର୍ଥ : কোনো ঘৰ, দল বা সমাজ আদিৰ মুখ্য ব্যক্তি
ଉଦାହରଣ :
অটল বিহাৰী বাজপেয়ী বিজেপিৰ প্রধান আছিল
ସମକକ୍ଷ : অধিপতি, গুৰি ধৰোতা, প্রধান, মুখিয়াল, মুৰব্বী, সর্বেসর্বা