ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ অধিকাৰ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

অধিকাৰ   বিশেষ্য

ଅର୍ଥ : কোনো বস্তু বা সম্পত্তি আদিৰ ওপৰত বলপূর্বক ্ভাবে আৰোপ কৰা প্রভুত্ব

ଉଦାହରଣ : সৈনিকে কিল্লাটো নিজৰ অধিকাৰত আনিলে

ଅର୍ଥ : যিহৰ আধাৰত কোনো বস্তু নিজৰ ওচৰত ৰখা অথবা কাৰোবাৰ পৰা লোৱা বা খুজিব পৰা যায়

ଉଦାହରଣ : এই সম্পত্তিৰ ওপৰত সীতাৰো অধিকাৰ আছে

ସମକକ୍ଷ : দখল, স্বত্ব, হক

ଅର୍ଥ : অধিপতি হোৱা অৱস্থা বা ভাব

ଉଦାହରଣ : প্রথমতে ভাৰতত বিদেশীৰ আধিপত্য আছিল

ସମକକ୍ଷ : আধিপত্য, প্রভুত্ব, শাসনাধিকাৰ

ଅର୍ଥ : কোনোৱে কিবা কৰিব পৰাৰ যোগ্যতা

ଉଦାହରଣ : কিছুমান মানুহে নিজৰ অধিকাৰৰ অপব্যৱহাৰ কৰে

ସମକକ୍ଷ : শক্তি