ଅର୍ଥ : কোনো বস্তু বা সম্পত্তি আদিৰ ওপৰত বলপূর্বক ্ভাবে আৰোপ কৰা প্রভুত্ব
ଉଦାହରଣ :
সৈনিকে কিল্লাটো নিজৰ অধিকাৰত আনিলে
ଅର୍ଥ : অধিপতি হোৱা অৱস্থা বা ভাব
ଉଦାହରଣ :
প্রথমতে ভাৰতত বিদেশীৰ আধিপত্য আছিল
ସମକକ୍ଷ : আধিপত্য, প্রভুত্ব, শাসনাধিকাৰ
ଅର୍ଥ : কোনোৱে কিবা কৰিব পৰাৰ যোগ্যতা
ଉଦାହରଣ :
কিছুমান মানুহে নিজৰ অধিকাৰৰ অপব্যৱহাৰ কৰে
ସମକକ୍ଷ : শক্তি