ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ অধঃপাত ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

অধঃপাত   বিশেষ্য

ଅର୍ଥ : উন্নত অৱস্থা, বৈভৱ, উচ্চ পদমর্যাদা আদিৰ পৰা বহু তলৰ স্তৰলৈ অহা কার্য

ଉଦାହରଣ : বেয়া গুণে মানুহৰ পতন ঘটায়

ସମକକ୍ଷ : অধঃপতন, অধোগমন, অৱনতি, চ্যুতি, পতন

ଅର୍ଥ : যুদ্ধৰ সময়ত নগৰ, কিল্লা আদি নিজৰ হাতৰ পৰা আনৰ হাতলৈ যোৱা কার্য

ଉଦାହରଣ : মোগলে কৰা আক্রমণত ভালেমান ভাৰতীয় ৰজাৰ পতন ঘটিছিল

ସମକକ୍ଷ : অধঃপতন, অৱনতি, পতন, স্খলন