ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : নিশ্চিত বা বিচাৰ আদিত দৃঢ় হʼব নোৱাৰা
ଉଦାହରଣ : পিতামহ ভীষ্ম কেতিয়াও নিজৰ প্রতিজ্ঞাত অদৃঢ় হোৱা নাছিল
ଅର୍ଥ : যিটো দৃঢ় নহয়
ଉଦାହରଣ : থুনুকা বস্তু সহজে ভাগে
ସମକକ୍ଷ : অশক্ত, চনকা, চনচনীয়া, ঠনঠনীয়া, ঠুনুকা, ভংগুৰ
ସଂସ୍ଥାପନ କରନ୍ତୁ