ଅର୍ଥ : কষ্ট দিয়া কার্য
ଉଦାହରଣ :
শহুৰেকৰ ঘৰৰ উৎপীড়নত অতীষ্ঠহৈ ৰাগিণীয়ে আত্মহত্যা কৰিলে
ସମକକ୍ଷ : উৎপীড়ন
ଅର୍ଥ : আনৰ লগত বলপূর্ব্্কভাৱে কৰা অনুচিত ব্যৱহাৰ যাৰ কাৰণে তেওঁৰ বহুত কষ্ট হয়
ଉଦାହରଣ :
ইংৰাজে ভাৰতীয় জনতাৰ ওপৰত বহুত অত্যাচাৰ কৰিছিল
ସମକକ୍ଷ : অত্যাচাৰ-উৎপীড়ন, অন্যায়, অন্যায়-অত্যাচাৰ, উপদ্রৱ, উৎপাত, উৎপীড়ন, নিপীড়ন, নিষ্পেষণ, নি্র্যাতন নি্র্য্যাতন, পীড়ন, শোষণ