ଅର୍ଥ : বর্তম্ান সময়তকৈ আগৰ বা যিটো বহুদিন আগৰ
ଉଦାହରଣ :
তেওঁ পুৰণি সভ্যতাৰ ওপৰত অধ্যয়ন কৰি আছে
ସମକକ୍ଷ : অনেক-কলীয়া, আগৰ কালৰ, আগৰ দিনৰ, গত, পুৰণা, পুৰণি, পুৰণি কালৰ, পুৰণিকলীয়া, পুৰাতন, পুৰাতনীয়া, পূর্বক্ালীন, পূর্বক্ালৰ, প্রাচীন, প্রাচীন কালৰ, বহুকলীয়া, বহুদিনীয়া, বিগত, যাত, সাতামপুৰুষীয়া