ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ অটল ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

অটল   বিশেষণ

ଅର୍ଥ : যি সিদ্ধান্ত সলনি নহয়

ଉଦାହରଣ : পিতামহ ভীষ্মই বিয়া নাপাতো বুলি দৃঢ় প্রতিজ্ঞা কৰিলে তেওঁৰ নিজৰ সিদ্ধান্তত অটল

ସମକକ୍ଷ : অবিচল, একনিষ্ঠ, একাগ্র, দৃঢ়, নিমগ্ন, স্থিৰ

ଅର୍ଥ : নিজৰ স্থানত পুনৰ বা আগৰ পৰাই থকা

ଉଦାହରଣ : কোম্পানীয়ে বর্খাস্ত কৰা কর্মচ্াৰীসকলৰ দোষমুক্ত নোহোৱালৈকে পুনৰ তেওঁলোকক বাহাল ৰাখিলে

ସମକକ୍ଷ : অক্ষুণ্ণ, অপৰিবর্ত্তিত, বাহাল

ଅର୍ଥ : যি নিজৰ ঠাইৰপৰা আঁতৰিব নোৱাৰে বা যাৰ গতি নাই

ଉଦାହରଣ : পাহাৰ-পর্বত স্থিৰ

ସମକକ୍ଷ : অচল, অচৰ, অবিচল, অলৰ, অলৰ-অচৰ, গতিহীন, থিৰ, দৃঢ়, নিশ্চল, স্থাণু, স্থিতিশীল, স্থিৰ

ଅର୍ଥ : যিটোৰ লৰচৰ নহয় অর্থাৎ যিটো নিশ্চয়কৈ হʼব

ଉଦାହରଣ : জন্ম লোৱা জীৱ মাত্রেই মৃত্যু অৱশ্যম্ভাবী

ସମକକ୍ଷ : অনিবার্য, অনিবার্য্য, অৱশ্যম্ভাবী, অৱশ্যম্ভাৱী, নিশ্চিত