ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ অজ্ঞানতা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

অজ্ঞানতা   বিশেষ্য

ଅର୍ଥ : বিদ্যাৰ অভাৱ

ଉଦାହରଣ : আপুনি বিদ্যা অর্জন কৰি নিজৰ অজ্ঞতা দূৰ কৰিব পাৰে

ସମକକ୍ଷ : অজ্ঞতা, অবিজ্ঞতা, জ্ঞানহীনতা

ଅର୍ଥ : জীৱৰ আত্মাক গুণ আৰু গুণৰ কার্যৰ ্পৰা পৃথক বুলি নভবা অবিবেক

ଉଦାହରଣ : অজ্ঞানতাই সকলো দুখৰ কাৰণ

ଅର୍ଥ : জ্ঞান নোহোৱা অৱস্থা বা ভাব

ଉଦାହରଣ : প্রকৃত গুৰুৱে অজ্ঞানতা দূৰ কৰি মানুহক জ্ঞানৰূপী পোহৰৰ সন্ধান দিয়ে

ସମକକ୍ଷ : অজ্ঞতা, অন্ধকাৰ, জ্ঞানহীনতা, মূঢ়তা

ଅର୍ଥ : অবোধ হোৱাৰ অৱস্থা বা ভাব

ଉଦାହରଣ : অবোধতাৰ কাৰণে বহুতো লʼৰা-ছোৱালীয়ে নকৰিবলগীয়া কামো কৰি পেলায়

ସମକକ୍ଷ : অবোধতা