ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : অন্য কোনো চহৰ বা দেশলৈ অহা মানুহ
ଉଦାହରଣ : এই দলটোৱে অচিনাকিসকলক লুটপাত কৰে
ଅର୍ଥ : কোনো অনিশ্চিত বা অকথিত
ଉଦାହରଣ : আপুনি অমুক ব্যক্তিৰ কথা কিয় মানি লয়
ସମକକ୍ଷ : অমুক, অমুক-তমুক
ଅର୍ଥ : যি পৰিচিত নহয়
ଉଦାହରଣ : যাত্রা কৰোতে কোনো অপৰিচিত ব্যক্তিৰ পৰা খোৱা বস্তু লʼব নালাগে
ସମକକ୍ଷ : অচিন, অজান, অজানা, অপৰিচিত
ଅର୍ଥ : যিটো জ্ঞাত নহয়
ଉଦାହରଣ : এইটো মোৰ অজ্ঞাত বিষয় কোনো অপৰিচিত ব্যক্তিয়ে তেওঁক ্ সদায় ফোনত ধমকি দিয়ে
ସମକକ୍ଷ : অচিন, অচিন-অজান, অচিনা-অজনা, অচিনা-আবৈয়া, অজান, অজানা, অজ্ঞাত, অপৰিচিত, নজনা-নুশুনা
ସଂସ୍ଥାପନ କରନ୍ତୁ