ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যি নিজৰ ঠাইৰপৰা আঁতৰিব নোৱাৰে বা যাৰ গতি নাই
ଉଦାହରଣ : পাহাৰ-পর্বত স্থিৰ
ସମକକ୍ଷ : অচৰ, অটল, অবিচল, অলৰ, অলৰ-অচৰ, গতিহীন, থিৰ, দৃঢ়, নিশ্চল, স্থাণু, স্থিতিশীল, স্থিৰ
ଅର୍ଥ : যি চলা-ফুৰা কৰিব নোৱাৰে
ଉଦାହରଣ : গছবোৰ সজীৱ সত্ত্বেও অচল
ସମକକ୍ଷ : অচৰ, অলৰ-অচৰ, গতিহীন, গতিৰহিত, ঠৰ, নিথৰ, নিশ্চল, বেগহীন, স্থবিৰ, স্থানু, স্থিতিশীল, স্থিৰ
ଅର୍ଥ : এঠাইৰ পৰা অন্য ঠাইলৈ লৈ যাব নোৱাৰা কোনো বস্তু বা সম্পত্তি আদি
ଉଦାହରଣ : তেওঁ নিজৰ সকলো স্থাৱৰ সম্পত্তি বেচি দিলে
ସମକକ୍ଷ : স্থাৱৰ
ସଂସ୍ଥାପନ କରନ୍ତୁ