ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : সংখ্যা, পৰিমাণ আদি নিশ্চিত কৰা উপায়ৰ নিয়ম থকা শাস্ত্র
ଉଦାହରଣ : ৰামানুজন গণিতৰ সুপ্রসিদ্ধ পণ্ডিত আছিল
ସମକକ୍ଷ : অংক, অংকশাস্ত্র, অঙ্কশাস্ত্র, গণিত, গণিত শাস্ত্র, গণিতশাস্ত্র
ଅର୍ଥ : কোনো শিশু আদি দাঙি লৈ দুই হাতে সাবটি নিজৰ পেট, বুকু আদিত লগাই লোৱা শাৰীৰিক অৱস্থা
ଉଦାହରଣ : মাকে শিশুটোক কোলাত লৈ আহাৰ খুৱাই আছে
ସମକକ୍ଷ : অংক, অংকতল অংকদেশ, উৎসঙ্গ, কোল, কোলা, ক্রোৰ
ଅର୍ଥ : শূন্যৰ পৰা নলৈকে সংখ্যা
ଉଦାହରଣ : তিনিটা অংকৰ সকলোতকৈ সৰু সংখ্যাটো হৈছে এশ
ସମକକ୍ଷ : অংক
ଅର୍ଥ : কোনো পৰীক্ষা বা প্রতিযোগিতাত পোৱা এক সংখ্যা বিশেষ যাৰ যোগেদি প্রতিযোগী বা পৰীক্ষার্থীৰ শ্রেষ্ঠতা বিষয়ে জানিব পাৰি
ଉଦାହରଣ : তেওঁ বছৰেকীয়া পৰীক্ষাত চাৰিশ নম্বৰৰ ভিতৰত তিনিশ নম্বৰ লাভ কৰিলে
ସମକକ୍ଷ : অংক, নম্বৰ
ଅର୍ଥ : এক, দুই, তিনি আদি সুনির্দিষ্ট বস্তুৰ পৰিমাণ বুজোৱা গাণিতিক সংকেট
ଉଦାହରଣ : এক কোটি বহুত ডাঙৰ সংখ্যা
ସମକକ୍ଷ : অংক, সংখ্যা, ৰাশি
ଅର୍ଥ : সংখ্যাৰ চিহ্ন
ଉଦାହରଣ : ০, ১, ২, ৩, ৪, ৫, ৬, ৭, ৮, ৯ আদি অংক
ସମକକ୍ଷ : অংক, সংখ্যা
ସଂସ୍ଥାପନ କରନ୍ତୁ