ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ অগ্রাহ্য ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

অগ্রাহ্য   বিশেষ্য

ଅର୍ଥ : স্বীকাৰ নকৰাৰ ভাব বা কার্য

ଉଦାହରଣ : প্রধান শিক্ষকে মোৰ আবেদন পত্রত অসন্মতি প্রকাশ কৰিলে

ସମକକ୍ଷ : অননুমোদন, অনিচ্ছা, অমত, অমান্তি, অসন্মতি, অসমর্থন, আপত্তি, দ্বিমত, নামঞ্জুৰ, প্রত্যাখান, মানা

ଅର୍ଥ : কাৰোবাৰ আজ্ঞা বা কথা নমনা কার্য ্বা ভাব

ଉଦାହରଣ : ডাঙৰৰ আদেশ অৱজ্ঞা কৰিব নাপায় বুলি আমাক সৰুৰে পৰাই শিকোৱা হয়

ସମକକ୍ଷ : অনাদৰ, অৱজ্ঞা, অৱহেলা, আওকাণ, আওহেলা, উপেক্ষা, হেলা, হেলা-ওটা

অগ্রাহ্য   বিশেষণ

ଅର୍ଥ : যিটো লোৱা বা গ্রহণ কৰাৰ বাবে যোগ্য নহয়

ଉଦାହରଣ : তিৰস্কাৰ কৰি দিয়া যি কোনো বস্তুৱেই অগ্রহণীয়

ସମକକ୍ଷ : অগ্রহণীয়