ଅର୍ଥ : যি সমভাৱে উন্নতি কৰি আগবাঢ়ি যায়
ଉଦାହରଣ :
অগ্রগামী লোকে সমাজক এক নতুন পথৰ সন্ধান দিয়ে
ସମକକ୍ଷ : পুৰোগামী
ଅର୍ଥ : যি সকলোতকৈ আগত যায়
ଉଦାହରଣ :
অগ্রগামী ব্যক্তিহে এই দলৰ নায়ক
ସମକକ୍ଷ : অগ্রগত, অগ্রগমনকাৰী, পুৰোগামী, পুৰোযাত্রী, পুৰোৱর্তী, পূর্বগ্ামী, সন্মুখগামী
ଅର୍ଥ : আগবাঢ়ি যোৱা
ଉଦାହରଣ :
এইখন সমাজ শিক্ষাক্ষেত্রত অগ্রগামী
ସମକକ୍ଷ : অগ্রগত, অগ্রগতি, অগ্রসৰ, সন্মুখগামী, ্অগ্রৱর্ত্তী