ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কোনো বস্তু আদিৰ আগফালৰ পাতল অংশ
ଉଦାହରଣ : দুর্যোধনে শ্রীকৃষ্ণক কʼলে যে যুদ্ধ নকৰাকৈ বেজিৰ আগৰ সমান মাটিও পাণ্ডৱক নিদিও
ସମକକ୍ଷ : আগ, শিখা
ଅର୍ଥ : যি আগফালৰ বা সন্মুখ ফালৰ
ଉଦାହରଣ : এই বাহনখনৰ অগ্রভাগ ভাঙিল
ସମକକ୍ଷ : অগ্রিম, আগমুৱা, আগলি, আগৰ, পূর্ব, সন্মুখস্থ, সন্মুখৰ, সন্মুখৱর্তী, ্অগ্রৱর্তী
ସଂସ୍ଥାପନ କରନ୍ତୁ