ଅର୍ଥ : অগ্নিনি্র্বাপক বিভাগত কাম কৰা কর্ম্্চাৰী
ଉଦାହରଣ :
অগ্নিনি্র্বাপক বাহিনীয়ে সোনকালে জুই নুমুৱাবলৈ সক্ষম হʼল
ସମକକ୍ଷ : অগ্নিনি্র্বাপক কর্মী
ଅର୍ଥ : অগ্নিনি্র্বাপক বিভাগত কাম কৰা কর্ম্্চাৰীৰ সমূহ
ଉଦାହରଣ :
জুই লগাৰ খবৰ পোৱাৰ লগে-লগেই অগ্নিনি্র্বাপক বাহিনী ঘটনাস্থলীত গৈ উপস্থিত হʼল
ଅର୍ଥ : জুই নিয়ন্ত্রিত কৰিবৰ কাৰণে গঠন কৰা বিভাগ
ଉଦାହରଣ :
মিশ্রদাই অগ্নিনি্র্বাপক বাহিনীত কাম কৰে
ସମକକ୍ଷ : অগ্নিনি্র্বাপক বিভাগ