ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ অগাধ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

অগাধ   বিশেষণ

ଅର୍ଥ : যাৰ গভীৰতা বা তলি গম পোৱা নাযায়

ଉଦାହରଣ : পণ্ডিত সুনীলৰ অগাধ জ্ঞান আছে

ସମକକ୍ଷ : অতল, অপাৰ, অপৰিসীম

ଅର୍ଥ : যাৰ বিস্তাৰ তলৰ ফাললৈ বেছি

ଉଦାହରଣ : তেওঁ দ পুখুৰীত ডুব গʼল

ସମକକ୍ଷ : অগাধনি, অতল, অথাউনি, অথানি, গভীৰ,

ଅର୍ଥ : যি পৰিমাণত বেছি

ଉଦାହରଣ : তেওঁৰ দুর্দশ্া দেখি মোৰ বৰ দুখ লাগিল তেওঁ ্ বহুত সম্পত্তিৰ অধিকাৰী

ସମକକ୍ଷ : অগণন, অজস্র, অতি, অতিপাত, অতীব, অত্যধিক, অত্যন্ত, অধিক, অনেক, অসংখ্য, এগাল, কোটি কোটি, ঢেৰ, দেধাৰ, প্রগাঢ়, প্রচুৰ, বহু, বহুত, বাৰেপাচি, বিপুল, বিস্তৰ, বেছি, বৰ, যথেষ্ট, লাখ লাখ, শ শ, সৰহ, হাজাৰ হাজাৰ, হাজাৰ-বিজাৰ