ଅର୍ଥ : যাৰ ওচৰলৈ পৰা নাযায়
ଉଦାହରଣ :
মোহনে দুর্লংঘ্য পর্বত ্ পাৰ হʼবলৈ চেষ্টা কৰিছে
ସମକକ୍ଷ : অনতিক্রমনীয়, অনতিক্রম্য, অপাৰ, অপাৰগম্য, অলংঘনীয়, অলংঘ্য, অলঙ্ঘনীয়, অলঙ্ঘ্য, দুর্লংঘ্য, দুস্তৰ
ଅର୍ଥ : যʼত প্রৱেশ কৰিব পৰা নাযায় বা যি প্রৱেশৰ যোগ্য নহয়
ଉଦାହରଣ :
এইপিনে নাযাবা, অপ্রবেশ্য দুৱাৰ আছে
ସମକକ୍ଷ : অপ্রবেশ্য