ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : খোৱাৰ অনুপযোগী বস্তু
ଉଦାହରଣ : তেওঁ ্অখাদ্য বস্তুবোৰ জাবৰৰ দʼমটোত পেলাই দিলে
ସମକକ୍ଷ : অখাদ্য পদার্থ, অখাদ্য বস্তু
ଅର୍ଥ : যি আহাৰে শৰীৰৰ অপকাৰ কৰে
ଉଦାହରଣ : অপথ্য খোৱা কাৰণে শ্যামৰ বেমাৰ হৈছে
ସମକକ୍ଷ : অখাজ, অপথ্য, অভক্ষণীয়, অভক্ষ্য, অভোজ্য, কুপথ্য, খাব নলগীয়া-
ଅର୍ଥ : যি খোৱাৰ যোগ্য নহয়
ଉଦାହରଣ : এইটো অখাদ্য বস্তু
ସମକକ୍ଷ : অখাজ, অপথ্য, অভক্ষ, অভক্ষণীয়, অভক্ষ্য, অভোজ্য, কুখাদ্য, কুপথ্য
ଅର୍ଥ : যিবোৰ খোৱা উচিত নহয়
ଉଦାହରଣ : তেওঁ ্অখাদ্য ফল খাই মৰি থাকিল
ସମକକ୍ଷ : অনাহার্য
ସଂସ୍ଥାପନ କରନ୍ତୁ