ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ অখণ্ডিত ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

অখণ্ডিত   বিশেষণ

ଅର୍ଥ : যিটো খণ্ড বা ভাগ কৰা হোৱা নাই

ଉଦାହରଣ : ভাৰতবর্ষই অখণ্ডিত হীৰাৰ আমদানি কৰে

ଅର୍ଥ : যিটো কটা বা খণ্ডিত কৰা হোৱা নাই

ଉଦାହରଣ : ভিক্ষাৰীয়ে নকটা আঙুলিটোত পট্টী বান্ধি থৈছে

ସମକକ୍ଷ : নকটা

ଅର୍ଥ : যাৰ ভঞ্জন হোৱা নাই বা যি ভঙা নাই

ଉଦାହରଣ : সীতা সয়ম্বৰত ভগৱান ৰামে অভঞ্জিত ধনুখন ভাঙি দিলে

ସମକକ୍ଷ : অক্ষত, অভঞ্জিত, খণ্ডহীন

ଅର୍ଥ : যি বিভক্ত নহয়

ଉଦାହରଣ : আমি ভাৰতৰ অখণ্ড একতা বজাই ৰাখিব লাগিব

ସମକକ୍ଷ : অখণ্ড, অটুট, অবিভক্ত, অবিভাজিত, অভিন্ন

ଅର୍ଥ : যাক কাটিব পৰা নাযায় বা খণ্ডন কৰিব নোৱাৰি

ଉଦାହରଣ : আপোনাৰ যুক্তি অকাট্য

ସମକକ୍ଷ : অকাট্য, অখণ্ডনীয়, পানী নসৰকা