ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যাৰ খণ্ড বা টুকুৰা কৰিব পৰা নাযায়
ଉଦାହରଣ : ইলেকট্রন এবিধ অখণ্ডনীয় পদার্থ
ସମକକ୍ଷ : অখণ্ডনীয়, অবিভাজ্য
ଅର୍ଥ : যি বিভক্ত নহয়
ଉଦାହରଣ : আমি ভাৰতৰ অখণ্ড একতা বজাই ৰাখিব লাগিব
ସମକକ୍ଷ : অখণ্ডিত, অটুট, অবিভক্ত, অবিভাজিত, অভিন্ন
ଅର୍ଥ : যাৰ ক্রম নাভাগে
ଉଦାହରଣ : এইটো তেওঁৰ অখণ্ড ্ৰচনা
ସଂସ୍ଥାପନ କରନ୍ତୁ