ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : ছল বা কপট নোহোৱা
ଉଦାହରଣ : আজিকালি অকপট লোক দেখাই নাযায়
ଅର୍ଥ : কপট ভাব নথকা
ଉଦାହରଣ : মোহন এজন কপটহীন লোক
ସମକକ୍ଷ : কপটতাশূন্য, কপটতাহীন, কপটহীন
ଅର୍ଥ : প্রতাৰণা নকৰা
ଉଦାହରଣ : তেওঁৰ অকপট জীৱন সকলোৰে বাবে আদর্শ হৈ ৰʼল
ସମକକ୍ଷ : ছলনাহীন
ଅର୍ଥ : কঠোৰতাৰ শুধৰণি বিচৰা তথা প্রগতিশীল বিচাৰধাৰাৰ সমর্থক
ଉଦାହରଣ : সমাজত উদাৰ ব্যক্তিৰ বহু প্রয়োজন আছে
ସମକକ୍ଷ : উদাৰ, উদাৰ-চিতীয়া, উদাৰ-মনা, উদাৰচিত্ত, উদাৰচেতা, উদাৰমতি, উদাৰমনা, খোলা, খোলামনৰ, পেটেমুখে একে, মনে মুখে একে
ସଂସ୍ଥାପନ କରନ୍ତୁ