ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : সমষ্টি বা সমূহৰ কোনো অংশ
ଉଦାହରଣ : ইয়াৰ মাজ ভাগ কিছু শকত
ସମକକ୍ଷ : ভাগ
ଅର୍ଥ : কোনো অংগ বা অবয়বৰ এক, যাৰ সংযোগত বিভিন্ন বস্তু তৈয়াৰ কৰা হয়
ଉଦାହରଣ : এই যন্ত্রটোৰ সকলো খণ্ডই যন্ত্রালয়ত তৈয়াৰ কৰা
ସମକକ୍ଷ : অংগ, খণ্ড, টুকুৰা, বিভাগ, ভাগ
ଅର୍ଥ : কোনো সম্পত্তি বা তাৰ পৰা হোৱা আয়ৰ ভাগ বা অংশ
ଉଦାହରଣ : তেওঁ ্মোৰ অংশখিনিও ্হেঁচি থলে ইয়াত মোৰো ভাগ আছে
ଅର୍ଥ : যন্ত্র আদিৰ কোনো অংগ বা অংশ
ଉଦାହରଣ : এই যন্ত্রটোৰ কেইবাটাও যন্ত্রাংশ বেয়া
ସମକକ୍ଷ : পার্ট, যন্ত্রাংশ
ଅର୍ଥ : কোনো বস্তুৰ বিষয়ৰ ্অন্তর্গত ্এটা বিষয় যাৰ পৃথকে পৃথকে বিচাৰ কৰিব পৰা যায় বা বিচাৰ কৰাৰ প্রয়োজন আছে
ଉଦାହରଣ : ভাৰতীয় ্অর্থব্যৱস্থাৰ বিভিন্ন দিশত ভালদৰে বিচাৰ বিবেচনা হোৱাটো আৱশ্যক
ସମକକ୍ଷ : দিশ, পক্ষ, বিভাগ
ଅର୍ଥ : ভাগ-বাটোৱাৰাত লাভ কৰা অংশ
ଉଦାହରଣ : মই নিজৰ অংশটোও ভাইটিটোক দি দিলোঁ
ଅର୍ଥ : কোনো বস্তু বা শৰীৰৰ ্সোঁফাল বা বাওঁ্ফালৰ ভাগ
ଉଦାହରଣ : আপোনাৰ কোন ফালে বিষ হৈ আছে অর্ধ্্নাৰীশ্বৰৰ এটা অংশ স্ত্রী তথা আনটো অংশ পুৰুষৰ
ସମକକ୍ଷ : দিশ, ফাল
ସଂସ୍ଥାପନ କରନ୍ତୁ