ଅର୍ଥ : শৰীৰৰ কোনো অংগ বা অৱয়ব কাটি উলিওৱা বা পৃথক কৰা কার্য
ଉଦାହରଣ :
কেন্সাৰৰ কাৰণে তেওঁ নিজৰ ভৰিৰ অংগচ্ছেদ কৰিব লগা হʼল
ସମକକ୍ଷ : অংগচ্ছেদন, অঙ্গচ্ছেদ, অঙ্গচ্ছেদন
ଅର୍ଥ : কোনো অংগ আদি কাটি পৃথক কৰা কার্য
ଉଦାହରଣ :
শুনিবলৈ পোৱা যায় যে ছাহজাহানে তাজমহল বনোৱা কাৰিকৰৰ তাজমহল বনোৱাৰ পিছত অংগচ্ছেদ কৰিছিল
ସମକକ୍ଷ : অংগচ্ছেদন