ଅର୍ଥ : সৰু দুমুখীয়া জোং যিহেৰে হাতী চলোৱা হয় আৰু বশ কৰিবৰ কাৰণে ৰাখেহাতী চলাবলৈ আৰু বশ কৰিবলৈ ব্যৱহাৰ কৰা সৰু দুমুখীয়া জোং
ଉଦାହରଣ :
মেলাত মাউতে হাতীৰ মূৰত বাৰে বাৰে অংকুশেৰে প্রহাৰ কৰিছিল
ସମକକ୍ଷ :
অঙ্কুশ, গজাকোঁহ, গজাঙ্কুশ, গুপ্তি, ডঠ, ডঠা, যঠা, লাং চিং, হস্তীবাহ