ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ অঁ্কা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

অঁ্কা   ক্ৰিয়া

ଅର୍ଥ : কোনো বিষয়, বস্তু আদি এইদৰে লিখা বা বর্ণ্্না কৰা যাৰদ্বাৰা তাৰ প্রতিচ্ছবি চকুৰ সন্মুখত ভাহি আহে

ଉଦାହରଣ : সুৰদাসে ভ্রমৰ গীতত বিৰহিনী গোপীৰ মনোৰম চিত্র অংকন কৰিছে

ସମକକ୍ଷ : অংকন কৰা, অঙ্কন কৰা

ଅର୍ଥ : ৰেখাৰ আকাৰ বা ৰূপ বনোৱা

ଉଦାହରଣ : তেওঁ ঘৰৰ ্নক্সা আঁকিছে

ସମକକ୍ଷ : টনা

ଅର୍ଥ : তপত লোহা, এছিড বা ঔষধ আদিৰে কোনো অংগত এনেদৰে জ্বলোৱা যাৰফলত সেই ঠাইখিনিত দাগ বহি যায়

ଉଦାହରଣ : কিছুমান লোকে যন্ত্রনা দূৰ কৰিবৰ কাৰণেও শৰীৰত দাগ লগায়

ସମକକ୍ଷ : চিন লগোৱা, দাগ লগোৱা