ଅର୍ଥ : কোনো বস্তু বা কথা আদিৰ ্সন্দর্ভত চলোৱা গভীৰ সম্পৰীক্ষা বা বিচাৰ
							ଉଦାହରଣ : 
							এই বছৰ চৰকাৰে সাক্ষৰতা অভিযানৰ সমীক্ষা চলাব
							
ଅର୍ଥ : সম্পূর্ণ পৰীক্ষা-নিৰীক্ষাৰ অন্তত কোনো সিদ্ধান্তত উপনীত হোৱা ক্রিয়া
							ଉଦାହରଣ : 
							জৰীপৰ পৰা জানিব পৰা গৈছে যে কিছু বছৰৰ পিছত ভাৰতবর্ষৰ জনসংখ্যা চীন দেশতকৈও অধিক হʼব
							
ସମକକ୍ଷ : জৰীপ