ଅର୍ଥ : হুলস্থূল বা উপদ্রৱ আদিৰ অভাৱ
							ଉଦାହରଣ : 
							সন্ত্রাসবাদীৰ কাৰণে চহৰত শান্তি নোহোৱা হৈছে
							
ସମକକ୍ଷ : প্রশান্তি
ଅର୍ଥ : কোনো কাম, ৰোগ আদিৰ সমাপ্তিৰ পিছত হোৱা সুখপ্রদ অনুভৱ
							ଉଦାହରଣ : 
							ঔষধ খোৱাৰ পিছত মই চর্দিৰ পৰা শান্তি পালোঁ
							
ସମକକ୍ଷ : আৰাম
ଅର୍ଥ : মানুহে তেওঁলোকৰ জীৱনত সদায় বর্তি থাকিবলৈ কামনা কৰা এক ধৰণৰ অনুকূল আৰু ভাল অনুভৱ
							ଉଦାହରଣ : 
							লোভ ত্যাগ কৰিব পাৰিলে সুখেই সুখ উপল্্ব্ধ হয়
							
ସମକକ୍ଷ : সুখ
ଅର୍ଥ : যুদ্ধ, উপদ্রৱ, অশান্তি আদি নথকা অৱস্থা
							ଉଦାହରଣ : 
							যুদ্ধৰ পিছত দেশত এতিয়া শান্তি
							
ଅର୍ଥ : ধ্বনিহীন বা শান্ত হোৱা অৱস্থা বা ভাব
							ଉଦାହରଣ : 
							আন্ধাৰ ৰাতিটোত নিস্তব্ধতা বিৰাজ কৰি আছিল
							
ସମକକ୍ଷ : নিস্তব্ধতা, নিৰবতা, নীৰৱতা, শ্্ব্দহীনতা