ଅର୍ଥ : যিয়ে কাৰোবাৰ ঘৰত থাকি বা কোনো মালিকৰ তলত থাকি সেৱা আগবঢ়ায়
						 
						 
					
							ଉଦାହରଣ : 
							মোৰ চাকৰজন এসপ্তাহৰ কাৰণে ঘৰলৈ গৈছে  বাতৰিটোত প্রকাশ পাইছে যে এজন লগুৱাই মালিকক হত্যা কৰিলে
							
					
							ସମକକ୍ଷ : 
							অনুচৰ, আলধৰা, কামলা, গেবাৰ, গোলাম, চাকৰ, দাস, পাঁচনি, পৰিচাৰিকা, বান্দা, ভৃত্য, লগুৱা, লগুৱা-লিকচৌ, লা-লিগিৰা, সেৱক