ଅର୍ଥ : লগোৱা কার্য
							ଉଦାହରଣ : 
							গছপুলি কেৱল লগোৱাটোৱেই আৱশ্যকীয় নহয় বৰঞ্চ তাৰ চোৱা-চিতা কৰাটো অতি জৰুৰী
							
ଅର୍ଥ : কোনো বস্তু লগোৱা বা স্থাপন কৰা কার্য
							ଉଦାହରଣ : 
							দূৰভাষ লগাওতে অধিক সময় নালাগিব
							
ଅର୍ଥ : পৰস্পৰৰ মাজত এনেভাৱে মিলিত হোৱা যাতে দুজনৰ পৃষ্ঠ বা তল পৰস্পৰৰ গাত লাগি যায়
							ଉଦାହରଣ : 
							তুমি নিজৰ শৰীৰটো মোৰ গাত নলগাবা
							
ଅର୍ଥ : বেজী-সূতা আদিৰে কোনো ডাঙৰ বস্তুত সৰু বস্তু জোৰা দিয়া
							ଉଦାହରଣ : 
							লতাই কুর্তাটোত বুটাম লগাই আছে
							
ସମକକ୍ଷ : চিলাই কৰা, জোৰা লগোৱা, সীওৱা, সীৱন কৰা
ଅର୍ଥ : এটা বস্তুৰ ওপৰত অন্য কোনো এটা বস্তু মেৰিয়াই দিয়া বা জাপি দিয়া
							ଉଦାହରଣ : 
							সেউজীয়া ৰঙটোৰ ওপৰত ৰঙা ৰং লগাইছে
							
ସମକକ୍ଷ : অভিলেপ কৰা, চৰোৱা
ଅର୍ଥ : কোনো সঠিক ঠাইত উপনীত কৰোৱা
							ଉଦାହରଣ : 
							ড্রাইভাৰে গাড়ীখন বাছ আস্থানত লগালেহি
							
ଅର୍ଥ : কার্যত সংলগ্ন কৰোৱা
							ଉଦାହରଣ : 
							এক একৰ খেতিৰ শষ্য কাটিবলৈ খেতিয়কে পাঁচজন মানুহ লগালে
							
ଅର୍ଥ : কোনো বস্তুক সহজে ওলাব নোৱাৰাকৈ কʼৰবাত স্থিৰ কৰি থোৱা কার্য
							ଉଦାହରଣ : 
							সৈনিকসকলে কামানটো শিলৰ ওপৰত লগালে
							
ସମକକ୍ଷ : ওলোমাই থোৱা
ଅର୍ଥ : কোনো এক বস্তুৰ ওপৰত আন কোনো বস্তু তৰপ দিয়া
							ଉଦାହରଣ : 
							হিন্দুসকলে বিবাহ উপলক্ষত দৰা-কইনাৰ শৰীৰত মাহ-হালধি লগায়
							
ସମକକ୍ଷ : লেপন লগোৱা, সনা
ଅର୍ଥ : সঠিক ক্রমেৰে উচিত ঠাইত দেখিলেই ভাল লগাকৈ থোৱা অৱস্থা
							ଉଦାହରଣ : 
							দোকানীয়ে দোকানত বস্তুবোৰ সজাইছে
							
ସମକକ୍ଷ : ব্যৱস্থিত কৰা, সজোৱা
ଅର୍ଥ : বিনিয়োগ কৰা
							ଉଦାହରଣ : 
							তেওঁ নিজৰ বহুত ধন শ্বেয়াৰ মার্কেটত বিনিয়োগ কৰিছে
							
ସମକକ୍ଷ : খটুৱা, বিনিয়োগ কৰা
ଅର୍ଥ : কোনো বস্তুৰ ওপৰত কিবা সিয়া, লগোৱা বা জোৰা দিয়া কার্য
							ଉଦାହରଣ : 
							কামিজত বুটাম লগাই দিয়া
							
ସମକକ୍ଷ : লগাই দিয়া