ଅର୍ଥ : কোনো বস্তুৰ বিনিময় কার্যত ব্যৱহাৰ হোৱা সাঁচত ঢলা নির্দিষ্ট মূল্যৰ ধাতুৰ টুকুৰা
							ଉଦାହରଣ : 
							পুৰণি কালত সোণ, ৰূপৰ মুদ্রাৰ প্রচলন আছিল
							
ସମକକ୍ଷ : ধাতুমুদ্রা
ଅର୍ଥ : থিয় হোৱা, বহা আদিত শৰীৰৰ অংগৰ কোনো স্থিতি
							ଉଦାହରଣ : 
							এই ফটোখনত আপোনাৰ মুদ্রাই কৈছে যে আপুনি শুই আছিল