ଅର୍ଥ : মাছ ধৰোতা এক জাতি
							ଉଦାହରଣ : 
							কিছুমান গ্রামীণ অঞ্চলত আজিও মাছমৰীয়া জাতিয়ে নিজৰ পেচাত লাগি আছে
							
ସମକକ୍ଷ : ধীৱৰ, মাছমৰীয়া জাতি
ଅର୍ଥ : যিয়ে জীৱন-যাপন কৰিবলৈ মাছ মাৰে বা ধৰে
							ଉଦାହରଣ : 
							কিছুমান মাছমৰীয়াই নদীত মাছ মাৰি আছে