ଅର୍ଥ : আগত বা ভৱিষ্যতে হʼবলগীয়া বা তাৰ সৈতে সম্বন্ধিত
							ଉଦାହରଣ : 
							মই আগন্তুক পৰীক্ষাৰ কাৰণে প্রস্তুতি চলাই আছো
							
ସମକକ୍ଷ : অনাগত, আগতপ্রায়, আগন্তুক, আসন্ন, আহি থকা-, আহিব লগা-, আহিবলগীয়া, উত্তৰকালীন, প্রত্যাসন্ন, ভৱিষ্যকালৰ, সন্নিকট, সমাসন্ন
ଅର୍ଥ : ভৱিষ্যত কালত হʼবলগীয়া
							ଉଦାହରଣ : 
							আমি ভৱিষ্যতকালৰ আঁচনিৰ ৰূপৰেখা প্রস্তুত কৰি লোৱা উচিত
							
ସମକକ୍ଷ : অনাগত, উত্তৰকালীন, ভাবী, ভৱিষ্যতকালীন, ভৱিষ্যতকালৰ