ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কাপোৰ, চামৰা আদিৰে খেলিবলৈ সাজি লোৱা গোলাকাৰ বস্তু:এই বলটোত বতাহ নাই শিশুবোৰে বল লৈ খেলিবলৈ বৰ ভাল পায়
ଉଦାହରଣ :
ଅର୍ଥ : ক্রিকেট খেলত বলাৰে বলিং কৰা কার্য
ଉଦାହରଣ : শচীনে চৈয়ব আখটাৰৰ প্রথম বলতে ছয় কোবালে
ଅର୍ଥ : যিয়ে শাৰীৰিক কার্যৰ ় দ্বাৰা ক্রিয়াত্মক ৰূপত নিজৰ প্রভাৱ দেখুৱায়
ଉଦାହରଣ : এই কামটোৰ শেষত আপোনাৰ শক্তিৰ উমান পোৱা যাব
ସମକକ୍ଷ : জোৰ, তেজ, পৰাক্রম, শকতি, শক্তি
ସଂସ୍ଥାପନ କରନ୍ତୁ